Morilong Morilong Lagi Jai Lyrics

Morilong Morilong Lagi Jai Lyrics



Song: Morilong Morilong Lagi Jai

Singer: Zublee and Zubeen Garg

Album: Nahor 2016


      Morilong Morilong Lagi Jai Lyrics


ঐ ফুলে শুনাৰো হালধীয়া হালধীয়া

চুই লং চুই লং লাগি যায়

গ’লা নাজিতৰা ধুনীয়া মহোনীয়া.

ধৰি লং ধৰি লং লাগি যায়

ঐ বগাব নোৱাৰো ডালত নাজিতৰা.

পৰি লং পৰি লং লাগি যায়

তুমি থাকা বাপেৰৰ ঘৰত নাজিতৰা

আনি লং আনি লং লাগি যায়

ঐ তুমাক নেপাং নেপাং লাগিলে ভাবিলে

মৰিলোং মৰিলোং লাগি যায়

 

ফুলে মালতি মোহনীয়া মোহনীয়া

চিঙ  লং চিঙ   লং লাগি যায়

কলা সনামোৱা ধুনীয়া মৰমলগা

ধৰি লঙ ধৰি লঙ লাগি যায়

উঠিবো নোৱাৰো গছত সনামোৱা

পৰি লঙ পৰি লঙ লাগি যায় 

কিমান থাকিম পিতাদেউৰ ঘৰত সনামোৱা

তোলৈ জাং তোলৈ জাং লাগি যায়

তোমাক নেপাং নেপাং লাগিলে ভাবিলে

মৰিলোং মৰিলোং লাগি যায়

ঐ পকা সুমথিৰা ধুনীয়া লুভনীয়া

পালে  খাং পালে খাং লাগি যায়

তুমি মোৰ জৌৱ্নৰ জুৰীয়া নিয়্মীয়া

চালে চাঙ চালে চাঙ লাগি যায়

হে থাকিব নোৱাৰো ঘৰত নাজিতৰা

তোলৈ জাঙ তুলোই জাঙ লাগি যায়

তোমাক মনত পৰি থাকে নাজিতৰা

আনি লঙ আনি লঙ লাগি যায়

তোমাক নেপাং নেপাং লাগিলে ভাবিলে

মৰিলোং মৰিলোং লাগি  যায়

AssameseLyrical.com

বিলৰে মেতেকা ধুনীয়া লুভনীয়া

পালে খাং পালে খাং লাগি যায়

তুমি যৌৱ্নৰে জুৰীয়া নিয়্মীয়া

চালে চাঙ চালে চাঙ লাগি যায়

সাতুৰিব নোৱাৰো   দ‘ত সনামোৱা

ডুবি লং ডুবি লং লাগি যায়

সদায় পৰি থাকে মনত সনামোৱা

খুলি কং খুলি কং লাগি যায়

তোমাক নেপাং নেপাং লাগিলে ভাবিলে

মৰিলোং মৰিলোং লাগি যায়

মৰিলোং মৰিলোং লাগি যায়

Download Link: Morilong Morilong Lagi Jai Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form