Sesa Pori Jabo Nidiba Lyrics

Sesa Pori Jabo Nidiba  Lyrics



Song: Sesa Pori Jabo Nidiba

Album: Aaloxuwa Mon

Singer: Babu

Sesa Pori Jabo Nidiba Lyrics

চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰূু দেহা

তোমাৰ পৰশ পালে উমাল হব

বুকুৰ ভাজত ঘামে উমলিব

দুচকুৱে কথা কব

দুটি ওঠঁ মাথোঁ কপিঁব

গভীৰ হব মৰম কিমান

মনে মাথোঁ বুজিব

চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰু দেহা

AssameseLyrical.com

 তোমাৰ পৰশ পালে  উমাল হব

বুকুৰ ভাজত ঘামে উমলিব

 মনৰ কথাটি

 ্নকলেও তুমি চাগে বুজা

লওঁ নে সাৱটি

 সকলো তোমাৰ এটি খোজত  (2X)

 ্দুটি দেহা এটি কৰোঁ আহাঁ

মৰম নদীত উটি উটি

চেচাঁ পৰি যাব নিদিবা

তোমাৰ গাভৰু দেহা

 তোমাৰ পৰশ পালে উমাল হব

বুকুৰ    ভাজত ঘামে উমলিব

দীঘ্ল নিশাটি

 উশাবোৰ দেখোঁ চুটি চুটি

শীতল এছাতি 

 ও প্ৰেমৰ ব্য় চুলেহি দেহাতি (2X)

 দুটি দেহা এটি কৰোঁ আহাঁ

মৰম নদীত উটি উটি

চেচাঁ পৰি যাব নিদিবা

তুমাৰ গাভৰু দেহা

 তুমাৰ পৰশ পালেই উমাল হব

বুকুৰ  ভাজত থামে উমলিব

Download Link: Sesa Pori Jabo Nidiba Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form