Mugdha Hiya Mur Lyrics By Zubeen Garg & Jonki

Song: Mugdha Hiya Mur

Singer: Zubeen Garg & Jonki

Album: Sishu

Mugdha Hiya Mur Lyrics
Mugdha Hiya Mur Lyrics

Mugdha Hiya Mur Lyrics:—

আউসীৰ জোন মোৰ সমুখতে
সেমেকা চকুলো দুগালতে
নিজানৰ ৰাতিবোৰ কেতিয়াকৈ
পোৱাব খেলিব ৰদে সতে


তুমি আহিবা এদিনা


ৰং দিবা দুচকুত
মৰমৰে বুকু উপচাই


মুগ্ধ হিয়া মোৰ কোনে চুই যায়


মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই


তেজ মঙহৰে মৰম নেওচি


জ্বলি জ্বলি ৰৈ মাথো চাই
বুকুতে জুই বিয়পাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰৈ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰৈ মাথো চাই

দিনে প্ৰতিদিনে মাথোঁ মনে প্ৰাণে

আঁকিলোঁ ৰামধেনু হিয়া জোৰাই
দিনে প্ৰতিদিনে মাথোঁ মনে প্ৰাণে
আঁকিলোঁ ৰামধেনু হিয়া জোৰাই

এটি এটি পল আজি সুঁৱৰি

হঁহা কন্দা খেলা সুৰ ফাগুনী
আঙুলি মাজতে পৰে সৰি সৰি
সুখৰে মুকুতা হৈ যে ধূলি
বুকুতেজে জুই বিয়পাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰৈ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰৈ মাথো চাই

গোপনে ফাগুনে মন উতলে

তুমি অহাৰ আজি বাতৰি পায়
গোপনে ফাগুনে মন উতলে
তুমি অহাৰ আজি বাতৰি পায়

ৰিণী ৰিণী ৰিণী

শুনো ৰিণী ৰিণী
কঁপি কঁপি শুনো সেই ধ্বনি
আকাশ বাউলি
থমকি ধৰণী
চকুলোৰে কৰোঁ দিন শুৱনি
বুকুতেজে জুই বিয়পাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰৈ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰৈ মাথো চাই


মুগ্ধ হিয়া মোৰ কোনে চুই যায়


মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই


তেজ মঙহৰে মৰম নেওচি


জ্বলি জ্বলি ৰৈ মাথো চাই
বুকুতে জুই বিয়পাই

তেজ মঙহৰে মৰম নেওচি

জ্বলি জ্বলি ৰৈ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰৈ মাথো চাই

(তুমি চালেই জানা

তুমি চুলেই জানা
এধানি সপোনে বাগৰ সলাই) *4

Download Link: Mugdha Hiya Mur Lyrics By Zubeen Garg & Jonki

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form