O Jur Moloya | Priyanka Bharali

featured image
SONG – O JUR MOLOYA
SINGER –  PRIYANKA BHARALI

তেৰে নাল মে ল্ইয়া বে
সজ্না তোৰ নিভামী বে
তু ইছ্ক মেৰা মূৰ্শ্বদ মেৰা বে
ইছ্ক দে ৰঙ্গ বীছ্ছ ৰংগীয়া মে
কানা বীছ্ছ মুন্দ্ৰা পাইয়্যা মে
খুদ নু গৱাহ মে
হৈয়া তেৰা বে

(Music)…

অ জোঁৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰৈ কৈ যোৱা

অ জোঁৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰৈ কৈ যোৱা

(Music)

তেৰে নাল মে ল্ইয়া বে
সজ্না তোৰ নিভামী বে
তু ইছ্ক মেৰা মূৰ্শ্বদ মেৰা বে

ফাগুন অহাৰ সময়তে
আকৌ এবাৰ আহি ক’বানে
ঘূৰি ৰব যেন মৰমেৰে
তোমাৰে কথাতে অ… অ…

ফাগুন অহাৰ সময়তে
আকৌ এবাৰ আহি ক’বানে
ঘূৰি ৰব যেন মৰমেৰে
তোমাৰে কথাতে

অ জোঁৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰৈ কৈ যোৱা

(Music)

নতুন আশা আনি দিব
নিতৌ পুৱা গধূলিতে
সৰি ৰ’ব যেন সৰগৰে
মানসী সুখৰে অ… অ…

নতুন আশা আনি দিব
নিতৌ পুৱা গধূলিতে
সৰি ৰ’ব যেন সৰগৰে
মানসী সুখৰে

অ জোঁৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰৈ কৈ যোৱা

অ জোঁৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰৈ কৈ যোৱা

তেৰে নাল মে ল্ইয়া বে
সজ্না তোৰ নিভামী বে
তু ইছ্ক মেৰা মূৰ্শ্বদ মেৰা বে
ইছ্ক দে ৰঙ্গ বীছ্ছ ৰংগীয়া মে
কানা বীছ্ছ মুন্দ্ৰা পাইয়্যা মে
খুদ নু গৱাহ মে
হৈয়া তেৰা বে

Download Link: O Jur Moloya | Priyanka Bharali

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form