Mur Ganor Xote Lyrics By Jyoti Prasad Agarwala

Song: Mur Ganor Xote (মোৰ গানৰ সতে)

Singer: Jyoti Prasad Agarwala

Mur Ganor Xote Lyrics
Mur Ganor Xote Lyrics

Mur Ganor Xote Lyrics:—

মোৰ গানৰ সতে
সুৰৰ সতে
যি যি ছন্দ যায়
তোৰ তেজৰ সোঁতত
সঞ্চাৰ জগায়

তাৰ চৰণত সোণৰ জুনুকা নাই৷
তাৰ সপোনলে’
সুন্দৰ নামি
ক’লেহি নতুন কথা
প্ৰাণত জাগিলে
সেই কথা শুনি
বিশ্ব বিয়পা ব্যথা,

সেই বেদনাত উন্মাদ হৈ
ছন্দৰ দলে
দেউধাই হৈ নাচে
চিৰসুন্দৰৰ
নব প্ৰকাশৰ
নব মুদ্ৰাৰে
নতুন চানেকি বাছে৷৷

Download Link: Mur Ganor Xote Lyrics By Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form