Song: Mur Ganor Xote Tur (মোৰ গানৰ সতে তোৰ)
Singer: Jyoti Prasad Agarwala
![]() |
| Mur Ganor Xote Tur Lyrics |
Mur Ganor Xote Tur Lyrics:—
মোৰ গানৰ সতে তোৰ
সুৰৰ চিনাকি
সেইহে মোৰ জীৱনত জ্বলিল জোনাকী
ইমান চিনাকী হৈও তই
অচিনাকী হৈ
নিতৌ পুৱতি আহ
চিৰ চিনাকী নিচিনিলোঁ বুলি
মিচিকি মিচিকি হাঁহ
চিনা নিচিনাৰ
খেলা পাতিলো কতনা কালৰে পৰা
জীৱনে জীৱনে লুকা-ভাকু খেলি
আজিহে পৰিলি ধৰা৷৷
Download Link: Mur Ganor Xote Tur Lyrics By Jyoti Prasad Agarwala
