Trending

Nohole Porichoy Hiyare Lyrics


Nohole Porichoy Hiyare Lyrics


Song: Nohole Porichoy Hiyare

Singer: Zubeen Garg

Film: Hiya Diya Niya

Nohole Porichoy Hiyare Lyrics

 নহ’লে পৰিচয় হিয়াৰে  চিনাকো জানো কোনো হ’ব পাৰে

নহ’লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ’ব পাৰে

ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই

অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে

দোলনি দিলে নুবুজাকে…

মনতে মোৰ গুপুততে

যৌৱনে ক’লে আজি সেয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া নিয়া….

  প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে

প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে

তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ 

অকাৰনে অজানিতে লৰালিৰ উমলোতে

ভাল  লগা সুৰ মনে মনে

যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া নিয়া…….

AssameseLyrical.com

ল’ৰালি সুৰকেই বিছাৰি হে আহিলো

অচিনা ঘাটতে বিছাৰি যে নাপালো.

সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়

বাৰে বাৰে অজানিতে

উভতিলো উকা হাতে লৈ মাথো মোৰ সুৱৰণী

যৌৱনে ক’লে আজি…. এয়াই হিয়া দিয়া নিয়া

হিয়া দিয়া  নিয়া.

হিয়া দিয়া নিয়া …

Download Link: Nohole Porichoy Hiyare Lyrics

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form