Ratipuwa Xui Uthi Lyrics

Ratipuwa Xui Uthi Lyrics



Song: Ratipuwa Xui Uthi

Singer: Zubeen Garg

Album: Jantra

Ratipuwa Xui Uthi Lyrics

 ৰাতিপুৱা শুই উঠি

যাবৰে যে হ্য়  স্কুললে

গধুৰ  গধুৰ পঢ়াৰ বোজা

কঢ়িয়াওতে যায় দিন দুৰলৈ

স্কুলৰে শেষত টিউচন কৰি

ঘুৰি আহি একো নেপাও বিছাৰি অ’

হোমৱর্ক কৰি ভাগৰি

বিচনাৰ কোলাকেই ল’ও সামৰি


আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ…

আমি  আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ


ৰাতিপুৱা শুই উঠি

চাহত   সহা মাৰি

পেপাৰ পঢ়ি

একেই খবৰ

 একেই ছবি

একেই মৰা মৰি

থগা থগি

ন বজাত গা ধুই উঠি

পেত  পূজা কৰি কাপোৰ  পিন্ধি অ’অ’অ’অ’

 অফিচ কৰি দিনতো শান্তি

আবেলি ঘুৰি  আহো চুচৰী

AssameseLyrical.com

আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ.

আমি যেন  যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ


ৰাতিপুৱা শুই উঠি

বাগানত মৰনিং ৱক হাতত কফি

এচি গাড়িত বিজনেচ কৰি

দুটামান  চহী মাৰি হই চহকী

হয় গধুলি  ক্লাবৰ সময়

হাতত হুইস্কি

কাষত লোকৰ ঘৈনী

ৰঙা  নিলা ৰঙৰ  পোহৰ

ধলং পলং হই ঘৰ উভতি


আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ

আমি আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ


ৰাতিপুৱা শুই উঠি

হাত ধৰা ধৰি বুঢ়া বুঢ়ি

মাতিবলে কাৰো সময় নাই

চাহ টুপিলৈ থাকো আশা পালি

বুঢ়া বুঢ়িৰ  বুজা বুজি

জীৱন জোৰা মৰম  থাকো সাৱতি অ’অ’অ’অ’

মায়া এৰি মোহ এৰি

এৰি আহা দিনৰ স্মৃতি শুৱৰি


আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ

আমি আমি যেন যন্ত্ৰ

যন্ত্ৰ

একো একোটা যন্ত্ৰ

যন্ত্ৰ…     (5X)

Download Link: Ratipuwa Xui Uthi Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form