Nubuju Nubuju Lyrics By Zubeen Garg

 

Song: Nubuju Nubuju

Album: Ringa Ringa Mon

Singer: Zubeen Garg

                                      Nubuju Nubuju Lyrics


                                                     

                        নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

                                               মৰমে মৰমক বিচাৰে কিয়নো                                                                                                                নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো    

                                               মৰমে মৰমক বিচাৰে কিয়নো    

বুজাও কিদৰে নু মই অই মন মুৰ
বুজিও নুবুজু তই
ফুলৰু ধেমালি বতাহৰ আমনি

হৃদয়ৰো গান তাত
কিও নুবুজে কিয় নাভাবে

আছোহি  যে মই  ইয়াত
কিয়  নুবুজে কিয় নাভাবে
আছোহি যে মই ইয়াত

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

জোনাকে  উপচা বনৰে গাত

ফাগুনৰ বতাহে উৰুৱাই পাত

চকুৰে নেদেখা উৰনি  তাত
মৰমৰ  নদীৰে চিনাকী  ঘাত
শুনেনে নুশুনে চিঞৰি মাতিলে
বুকু যেন  ফাতিহে  যায়
দিনবোৰো যায়  ৰাতিবোৰো  যায়

সঁহাৰি পাবলৈ নাই

কিয় নুবুজে কিয় নাভাবে
আছোহি  যে  মই তাত
কিয়  নুবুজে  কিয় নাভাবে

আছোহি যে মই ইয়াত

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

চেনেহে  নামানে  নিয়্ম  সদা্য়
 মন মৰ দুৰলে গুছিহে যা্য়

হৃদয়য়ে বিছাৰে লগৰী সদা্য়

ক্ষনবোৰ সমানে উৰিহে  যায়
শুনেনে নুশুনে চিঞৰি মাতিলে
বুকু  যেন ফাতিহে যায়
দিনবোৰো যায়  ৰাতিবোৰো  যায়
সহাৰি  পাবলৈ  নায়
কিয় নুবুজে কিয় নাভাবে

আছোহি  যে মই ইয়াত

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো
বুজাও  কিদৰেনো মই   মন মোৰ 

 বুজিও নুবুজ তই
ফুলৰো ধেমালি বতাহৰ আমনি
হৃদয়ৰ গান তাত
কিয় নুবুজে  কিয়  নাভাবে

আছোহি যে  মই  ই্য়াত
কিয়  নুবুজে  কিয় নাভাবে

আছোহি যে  মই ইয়াত

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

নুবুজোঁ নুবুজোঁ বিচাৰো কিয়নো

মৰমে মৰমক বিচাৰে কিয়নো

Download Link: Nubuju Nubuju Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form