Nusuwa Solere Song Lyrics

Song: Nusuwa Solere
Singer: Zubeen Garg & Smriti Das
Album: Kuli Vol-3
Lyrics: Mantu Das
Tune: Prasanna Parash
Music: Rex Boro

Nusuwa Solere Song Lyrics

 নচোৱা চলেৰে লাজতে

চালো  মই তোমাকে

চাবো খোজা চকু  জুৰি

বান্ধি  মই বুকতে

হে..

নচোৱা চলৰে  লাজতে

চালু  মই  তোমাকে

চাব খোজা  চকু জুৰি

বান্ধি মই  বুকুতে

তুমি  চালে মৰম বাঢ়ে

সপোনে  দুপাখি মেলে

পূর্ণিমাৰে  জোন , বুকুৰে  আপোন

তুমি  মোৰ হ’বানে  মনৰে  দাপোন

নচোৱা  চলেৰে লাজতে

চালো মই তোমাকে

চাবো  খোজা  চকু জুৰি

বান্ধি  মই  বুকুতে

(দিল মে হে তু, য়াদো মে তু,

খাবো মে তু, তেৰে বিনা

নহী জিনা, তেৰে বিনা নহী জিনা

মেৰে সাথিয়া)

সচা মৰম  হিয়াৰে ভৰষা

তুমি বিনে  বুকুতে  বাৰিষা

মিথা মিঠা  কঠা

মোৰ  মন নভোলাবা

ভয়ো লাগে  জানোছা

সচা  মৰম  হিয়াৰে  ভৰষা

তুমি বিনে  বুকুতে বাৰিষা

মিঠা  মিঠা কথা

মোৰ মন নভোলাবা

ভয়ো  লাগে  জানোছা

মই  কবো  লগা কঠা

মোৰ চকুতে  বুজালা

তোমাৰে  নামতে

হলো মই পগলা

চালো  মই তোমাকে

নচোৱা  চলৰে লাজোতে

চাবো  খোজা চকু জুৰী

বান্ধি মই বুকুতে 

দিঠকত  আহে মোৰ  মন  বাগিচাতে

তুমি চুলে জানা ফাগুন নামে

কুৱলীৰ ফাকেৰে  তোমাক জুমি চালে

সপোনেও  সাৰ পালে

ওহ

দিঠকত আহে মোৰ  মন  বাগিচাতে

তুমি  চুলে জানা  ফাগুন  নামে

কুৱলীৰ  ফাকেৰে তুমাক জুমি চালে 

সপোনেও সাৰ পালে 

মই কব’ লগা  কথা

মোৰ  চকুতে  বুজিলা 

তোমাৰে নামতে 

হলো মই পগলা

নচোৱা

এ  চলেৰে লাজতে

চালো মই তোমাকে 

চাবো খোজা  চকু  জুৰী 

বান্ধি  মই বুকুতে

Download Link: Nusuwa Solere Song Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form