Puthi Mass Lyrics (পুঠিমাছ)

Song: Puthi Mass

Singer: Ridip Rankit 

Puthi Mass Lyrics

পুঠিমাছ খাবলৈ মনে গ’ল

পাতিছিলং ফাঁচি

ফাঁচিতে লাগিলে জানানে

পেতেলী শিঙি

কঁকায়ে আনিনে সিদিনা

নবৌ এজনী

কিনো কম সিজনী

আগত মই চেনীখোৱা জনী

এ কেনেকে ওলাঙ কেনেকে সোমাঙ

ঘৰৰ বাহিৰে ভিতৰে

খাবলে বহং বিচনাত পৰং

লাজে বেৰি বেৰি ধৰে

নবৌ বুলি কেনেকৈ মাতো

পুৰণি প্ৰেমিকাকে

নবৌ বুলি কেনেকৈ মাতো

পুৰণি প্ৰেমিকাকে

AssameseLyrical.com

ঐ জাতিলাউ খাবলে মনে গ’ল

দিছিলো হেডালী

হেডালীত লাগিলে জানানে

থুলাতে কণ্ডলী

এজনীয়ে মাতিলে সিদিনা

লগে কৰো বুলি

তায়ে বায়েকৰ চিনাকী

দূৰতে দেখং চিনীয়ে পালোং

যাব নোৱাৰু কাষলে

কতেনো সোমাঙ কতেনো লুকাঙ

লাজে বেৰি বেৰি ধৰে

বাইদেউ বুলি কেনেকৈ মাতোং

পুৰণি প্ৰেমিকাকে

বাইদেউ বুলি কেনেকৈ মাতোং

পুৰণি প্ৰেমিকাকে

পিৰিতি নামৰে নলবি জুতি

যাকে তাকে পাই

খোপনি হেৰাবি লৰিব খুটি

পৰিবি লুটি খাই

পিৰিতি নামৰে নলবি জুতি

যাকে তাকে পাই

খোপনি হেৰাবি লৰিব খুটি

পৰিবি লুটি খাই

বহি সাজ খাবলে মনে গ’ল

হালযোৰ সামৰি

কঁপালত মিলিলে জানানে

চেঁপা হাজে বাটি

অ’ প্ৰমৰে চিলেটত অংক

হয় খেলি-মেলি

বিচাৰি ফুৰিলে বহুতৰ মৰমৰে জুতি

ঐ কাণত ধৰিলং সোঁপতো খালোং

কৃষ্ণ গোসাই নামতে

যতে-ততে গৈ চেনী খালে হয়

লাজতে পৰিব লাগে

এশ গৰু মাৰিলে

বাঘৰ মৰণ আহে সঁচাকে

এশ গৰু মাৰিলে

বাঘৰ মৰণ আহে সঁচাকে

এশ গৰু মাৰিলে

বাঘৰ মৰণ আহে সঁচাকে ।

Download Link: Puthi Mass Lyrics (পুঠিমাছ)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form