Tumi Xur Eti Gun Gun Lyrics (তুমি সুৰ এটি গুণ গুণ)

Song: Tumi Xur Eti Gun Gun 

Singer: Zubeen Garg

Tumi Xur Eti Gun Gun Lyrics

তুমি সুৰ এটি গুণ গুণ

তুমি সুৰ এটি গুণ গুণ

বুকুৰে বৈ যোৱা

নাজানো তুমি কি সুবাস

মন চঞ্চল প্ৰশান্তিত

শুই পৰা

নাজানো তুমি কি ৰং

নীলাৰ কোমল আৱেশত

মোক সাৱটি ধৰা 

নাজানো তুমি কি ৰং

নীলাৰ কোমল আৱেশত

মোক সাৱটি ধৰা 

তুমি সুৰ এটি গুণ গুণ

AssameseLyrica.com

এতিয়া যে তুমি নিজৰা

নীলা নীলা পানীৰ

শিলে শিলে বৈ যোৱা 

খিল খিল খিল হাঁহি

এতিয়া যে তুমি নিজৰা

নীলা নীলা পানীৰ

শিলে শিলে বৈ যোৱা 

খিল খিল খিল হাঁহি

নিজৰাৰ খিল খিল হাঁহি

নিজৰাৰ খিল খিল হাঁহি

বুকুতে ফুলি উঠা 

খৰিকাজাই সুৱাস

তুমি জানো নাই পোৱা

তুমি জানো নাই পোৱা

তুমি সুৰ এটি গুণ গুণ

একেটিয়েই জোন

একেটিয়েই বেলি

একেখন আকাশ

একেই সেমেকা আবেলি

একেটিয়েই জোন

একেটিয়েই বেলি

একেখন আকাশ

একেই সেমেকা আবেলি

তোমাৰ পৰা মোলৈ বৈ অনা

মলয়াৰ বা আৰু ৰাতিৰ তৰা

তোমাৰ পৰা মোলৈ বৈ অনা

মলয়াৰ বা আৰু ৰাতিৰ তৰা

তুমি সুৰ এটি গুণ গুণ ।

Download Link: Tumi Xur Eti Gun Gun Lyrics (তুমি সুৰ এটি গুণ গুণ)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form