Ronga Jiya Lyrics (ৰঙা জীঞা)

Song: Ronga Jiya

Singer: Zubeen Garg 

Ronga Jiya Lyrics

ৰঙা  জীঞা 

 জোনাকৰ আছিলা লৈ 

মোৰ কাষলে নাহিবা 

চৰাই বোৰ যেতিয়া কনীৰ বুকুত হালধীয়া হয়

 ময়ো নিজকে হেৰুৱাই পেলাঁও

 ৰঙা  জীঞা

সোনাৰুৰ হালধীয়া ৰঙে 

অতীতৰ বুকু খান্দিলে 

এন্ধাৰত কাৰ বুকু ভাঙে

সেইয়া আজি বুজিবনো কোনে

তুমি …….এখুজি দুখুজি কৰি .

আতৰি গুছি গলা গৈ 

ৰঙা জীঞাৰ স্মৃতি এৰি থৈ  

ৰঙা জীঞাৰ স্মৃতি এৰি থৈ 

ৰঙা জীঞাৰ স্মৃতি এৰি থৈ 

ৰঙা জীঞাৰ স্মৃতি এৰি থৈ  

AssameseLyrical.com

কেতিয়াবা নিজান পৰতে  

আহিবানে তুমি মিচাকৈয়ে 

তুমি যদি মোক লৈ যোৱা 

নোসোধো কেনিনো যাবা

জোনাক পিছলা ৰাতি 

নিয়ৰত দুভৰি তিতি

দুৰতেই ৰম লাগিলে 

 ৰঙা জীঞাৰ সুবাস থাকিলে 

ৰঙা জীঞাৰ সুবাস থাকিলে 

ৰঙা জীঞাৰ সুবাস থাকিলে 

ৰঙা জীঞাৰ সুবাস থাকিলে 

বহাগ হৈ ফুলিছিলা মনত 

উৰুঙা আবেলি বোৰত 

জোনাকৰ জালি কটা বাটে

চকুলো তেজ হৈ সৰে 

তুমি..তুমি…তুমি …তুমি

এখুজি দুখুজি কৰি .

আতৰি গুছি গলা গৈ 

ৰঙা জীঞাৰ স্মৃতি থৈ  

ৰঙা জীঞাৰ স্মৃতি  থৈ  

ৰঙা জীঞাৰ স্মৃতি  থৈ  

ৰঙা জীঞাৰ স্মৃতি থৈ  

ৰঙা জীঞাৰ জোনাকৰ  

আছিলা হৈ মোৰ কাষলে  

আহিবা চৰাই বোৰ 

যেতিয়া কনীৰ বুকুত হালধীয়া 

হব মই  মাতাল হৈ

ঘুৰি যাম তোমাৰ কাষলে 

Download Link: Ronga Jiya Lyrics (ৰঙা জীঞা)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form