Aarunu Kiman Monor Hopun Lyrics By Archana Mahanta

Song: Aarunu Kiman Monor Hopun (আৰুনো কিমান মনৰ সপোন)

Singer: Archana Mahanta

Aarunu Kiman Monor Hopun Lyrics
Aarunu Kiman Monor Hopun Lyrics

Aarunu Kiman Monor Hopun Lyrics:—

আৰুনো কিমান মনৰ সপোন মনতে সাঁচিম!
আৰুনো কিমান মনৰ সপোন মনতে সাঁচিম!
আৰুনো কিমান কালজুই খেদি চকুলো ঢাকিম!
মোৰ চকুলো ঢাকিম!

কিয়নো ফুলিলি আশাৰে কলিটি,
কিয়নো মেলিলি পাহি!
কাঁইটে কাঢ়িছে মোৰ জীৱনৰে
ফুলাম কুমলীয়া হাঁহি!
মনৰ মানিক পায়ো হেৰুৱাওঁ,
কিমানযে কান্দিম!
মই কিমানযে কান্দিম!

একোলা চেনেহৰ আলফুল উমতে
যি আশা আছিলে শুই!
কিয় তাৰ সমাধি, কিয় তাত জ্বলিছে ৰাৱণৰেই চিতা জুই ?
কোনেনো নুমুৱাব এই জীয়া জুই….

Download Link: Aarunu Kiman Monor Hopun Lyrics By Archana Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form