Song: Xorukoi Bokul Ful Lahi (সৰুকৈ বকুল ফুল)
Singer: Archana Mahanta
![]() |
| Xorukoi Bokul Ful Lahi Lyrics |
Xorukoi Bokul Ful Lahi Lyrics:—
অ’—–
সৰু সৰু—–
সৰুকৈ বকুল ফুল লাহি
অ’ সৰিছে বতাহত দেহি
বুটলি আনোঁতা না…ই অ’
কাৰোনো নাই নে আজৰি অ’
মোৰ কঁকালত গাগৰি অ’
অ’——
সৰু সৰু—–
অ’——–অ’
দুবৰিৰ বুকুৰে তৰা অ’ তৰা অ’ তৰা
সৰিলি সৰগৰ পৰাই অ’ তৰা অ’ তৰা
দুবৰিৰ বুকুৰে তৰা
সৰিলি সৰগৰ পৰা
গাগৰি মাটিতে থওঁ যেন
একোঁচকৈ বুটলি লওঁ যেন
দুবৰিৰ বুকুৰে তৰা
সৰিলি সৰগৰ পৰা
গাগৰি মাটিতে থওঁ যেন
একোঁচকৈ বুটলি লওঁ যেন
পিয়াহৰ পানীৰে
বুকুৰ ভোক নুগুচে
থেকেচি ভাঙি থওঁ গাগৰি
অ’——–
সৰু সৰু—–
সৰুকৈ বকুল ফুল লাহি
সৰিছে বতাহত দেহি
বুটলি আনোঁতা না..ই অ’
কাৰোনো নাই নে আজৰি অ’
মোৰো যে কঁকালত গাগৰি অ’
অ—–
সৰু সৰু———
Download Link: Xorukoi Bokul Ful Lahi Lyrics By Archana Mahanta


