Barixare Boroxa Huwa Lyrics By Rakesh Reeyan

Song: Barixare Boroxa Huwa (বাৰিষাৰে বৰষা হোৱা)

Singer: Rakesh Reeyan

Musical: Palash Surya Gogoi 

Barixare Boroxa Huwa Lyrics
Barixare Boroxa Huwa Lyrics

Barixare Boroxa Huwa Lyrics:—

বাৰিষাৰে বৰষা হোৱা… বুকুতে নামিতো চোৱা


তাতে দুয়ো ভিজিম মৰমতে.. বাৰে বাৰে ×2


ঋতু আহেনো যায়…বুকুতে বাগৰ সলাই


লাজে লাজে.. ধীৰে ধীৰে
অ.. পাৰা যদি তুমি আহি চোৱা এবাৰ
একেবাৰে…কাষৰলে..
ধৰা দিয়া কিয় সপোনতে… বাৰে বাৰে…
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে..বাৰে বাৰে


থাকা উৰে ৰাতি.. দিনবোৰো সামৰি


কলিজাতে.. সগোপনে..
চকু মেলি চালে তোমাকে যেন দেখোঁ
কাষৰতে….ঘনে ঘনে
ধৰা দিয়া কিয় সপোনতে… বাৰে বাৰে
বাৰিষাৰে বৰষা হোৱা.. বুকুতে নামিতো চোৱা
তাতে দুয়ো ভিজিম মৰমতে.. না না না না…।





Download Link: Barixare Boroxa Huwa Lyrics By Rakesh Reeyan

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form