Laje Laje Rolahi Lyrics By Vreegu Kashyap

Song: Laje Laje Rolahi (লাজে লাজে ৰলাহী)

Singer: Vreegu Kashyap

Music: Pinkal Pratyush

Laje Laje Rolahi Lyrics
Laje Laje Rolahi Lyrics

Laje Laje Rolahi Lyrics:—

লাজে লাজে ৰলাহী



লাজুকীয়া মুখনি


ধীৰে ধীৰে কলাহী



তুমি অভিমানৰ অভিমানী


মোৰ মৰমতে নো



অভিমানী তুমি হলে
বিলীন হম যেন লাগে
তোমাৰ বুকুৰে মাজতে
সৌ নিলিমাৰে আকাশত
উৰি যাব খোজে—–
প্ৰতি পলে বুকুতেনো ফুলে
তোমাৰ মৰমে হৈ
আকাশে বতাহে
বৈ আহে মোলে তোমাৰ বতৰা লৈ


তেজে তেজে অজানা শিহৰণ



দুটি উঠে আঁকিছে মিঠা ৰং
উঠা নামা বাঢ়িছে বুকুতে তোমাৰ হৈ,,,,
বুকুৱে বুকুৱে কথা কব খোজে
তোমাক কাশৰতে পাই উশাহে উশাহে
গুলপীয়া ওঠৰে কিনো ৰং
দুটি হিয়া এটি হোৱাৰে ক্ষণ
অনুভবি হিয়াৰে প্ৰেমৰণো আৱাহন






Download Link: Laje Laje Rolahi Lyrics By Vreegu Kashyap

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form