Dhire Dhire Herai Jai Lyrics By Zubeen Garg

Song: Dhire Dhire Herai Jai

Singer: Zubeen Garg

Dhire Dhire Herai Jai Lyrics
Dhire Dhire Herai Jai Lyrics

Dhire Dhire Herai Jai Lyrics:—

আবেলিৰে ৰ’দালি


ধীৰে ধীৰে হেৰাই যায়

আবেলিৰ ৰ’দালি
ধীৰে ধীৰে
হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে
ধীমিকি জ্বলে
শেৱালি যেন তৰালী
চাব খুজিও নেদেখোঁ মই
ক’তে বা আছা অ’ লগৰ তুমি
ধীৰে ধীৰে
হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে
ধীমিকি জ্বলে
শেৱালি যেন তৰালী
মিঠা মিঠা
গীত হৈ ৰোৱা
পাৰ হোৱা অতীতক মনত
কৰোঁ
তোমাৰ সতে একেলগে
চাই ৰোৱা তৰাটিক
বিচাৰোঁ
মিঠা মিঠা
গীত হৈ ৰোৱা
পাৰ হোৱা অতীতক মনত
কৰোঁ
তোমাৰ সতে একেলগে
চাই ৰোৱা তৰাটিক
বিচাৰোঁ
ডাৱৰৰ ফাঁকে ফাঁকে
ধীৰে ধীৰে
হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে
ধীমিকি জ্বলে
শেৱালি যেন তৰালী
মোৰ উকা মন দাপোনত
আখৰে আখৰে
লিখোঁনে তোমাক আজি
মোৰ প্ৰিয় গুণগুণনি
উশাহে উশাহে ৰাখোঁ নে
তোমাক আজি
মোৰ উকা মন দাপোনত
আখৰে আখৰে
লিখোঁনে তোমাক আজি
মোৰ প্ৰিয় গুণ গুণগুণনি
উশাহে উশাহে ৰাখোঁ নে
তোমাক আজি
ক’বানে কানে কানে
ধীৰে ধীৰে
হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে
ধীমিকি জ্বলে
শেৱালি যেন তৰালী
চাব খুজিও নেদেখোঁ মই
ক’তে বা আছা অ’ লগৰ তুমি
ধীৰে ধীৰে
হেৰাই যায়
আবেলিৰ এই ৰ’দালি
ধীৰে ধীৰে
ধীমিকি জ্বলে
শেৱালি যেন তৰালী

Download Link: Dhire Dhire Herai Jai Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form