Ei Kopalot Tuli Loli Lyrics By Dipen Baruah

Song: Ei Kopalot Tuli Loli (এই কপালত তুলি ললি)

Singer: Dipen Baruah

Ei Kopalot Tuli Loli Lyrics
Ei Kopalot Tuli Loli Lyrics

Ei Kopalot Tuli Loli Lyrics:–

এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি
অ’… নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি …
এই সমাজৰ ৰঙীন সাজৰ
মাজত কিমান যে ভুৱা!
মিছা ! মিছা ! এই মৌসনা মাত
মিছাতেই ভোল যোৱা ।
অ’… দিন দুপৰীয়া চাই থাকোতেই
মাৰিব চকুত ধূলি
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি …
আই উভতি একো নেদেখ
আগলৈ ও একো নাই!
মাজত মাথোঁ পূৰ্ণ কৰা
বাট পৰি আছে হায়!

অ’… বাটৰুৱা বাটটোকে ল’
শেষৰ সমল বুলি!
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি …
অ’… নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি … ।।

Download Link: Ei Kopalot Tuli Loli Lyrics By Dipen Baruah

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form