Eri Thoi Oha Mur Oi Lyrics By Angaraag Mahanta

Song: Eri Thoi Oha Mur Oi (এৰি থৈ অহা মোৰ ঐ)

Singer: Angaraag Mahanta

Eri Thoi Oha Mur Oi Lyrics
Eri Thoi Oha Mur Oi Lyrics

Eri Thoi Oha Mur Oi Lyrics:—-

এৰি থৈ অহা মোৰ ঐ
লুইতৰ পাৰৰে ঐ
শুৱনি গাঁৱখনি সোণ সোঁৱৰণী
কেনেকৈ মই পাহৰোঁ মই
মোকে চোন মাতে ৰৈ ৰৈ ।

কিমান যে সহজ আছিল
কিমান যে মোহনীয়া
কিমান যে প্ৰীতিৰ সেন ঐ
প্ৰেমৰ দাপোণ খনিত
উজ্বলাই জীৱন ছবি
কৈছিল আগুৱাবলৈ
আহিলোঁ বহু দূৰ
বহু দূৰ আহিলোঁ
আশা সপোনৰ পথ
কত বাটকুৰি বাই
আয়ৈ জানো পাম নে ঐ ওভতি গৈ ।

আইৰ যে কোলাত আকৌ
উমলিম এই বেলি
ল’ৰালি দুনাই ঘূৰাই লৈ
আইৰে মুখত শুনিম
সুমধুৰ নিচুকণি
ভাগৰ মোৰ পলোৱাম গৈ
দেখিলোঁ বহু পথ
পথৰ শেষতে আই
আপোন পদূলিতেই আছে হয় বাট চাই
আই ঐ যেন যাম গে উধাতু খাই ।।

Download Link: Eri Thoi Oha Mur Oi Lyrics By Angaraag Mahanta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form