Gaan Mathu Eti Xorir Lyrics By Amar Jyoti Choudhury

Song: Gaan Mathu Eti Xorir (গান মাথোঁ এটি শৰীৰ)

Singer: Amar Jyoti Choudhury

Gaan Mathu Eti Xorir Lyric
Gaan Mathu Eti Xorir Lyrics

Gaan Mathu Eti Xorir Lyrics:—

গান মাথোঁ এটি শৰীৰ নহয়
নহয় স্বৰলিপি সৃষ্টি
গান আঁচলতে দৰ্শন দৃষ্টি
অহৰহ প্ৰেৰণাৰ দৃষ্টি
অহৰহ প্ৰেৰণাৰ দৃষ্টি
দৃষ্টি দৰ্শনে বাট দেখোৱাই
উপলদ্ধি নতুন এক গান হৈ যায়
অমৃত হৈ যায় ।

থাকে বুকু শুৱাই
থাকে বুকু শুৱাই
থাকে বুকু শুৱাই
গানে যোগাই জাতি
গানে যোগাই জাতি
জাগিছে জনতা অভিনন্দন
অ’ অভিনন্দন
এই জাগৰণৰ বিশালতা
যি বুকু কলিজা
অ’ আই অসমীৰ
প্ৰেৰণাৰ বালিচৰ
ঐক্য প্ৰীতিৰ
গৰ্খিত প্ৰয়োভৰ সসমৃতা
আৰু মানুহ প্ৰেমৰ ঘৰ
এয়াই গানৰ দেখো
বিশুদ্ধ স্বৰ

নতুন তত্বই শ্ৰদ্ধাৰে দিছে আজি গানকে খান
হ’ব প্ৰতিজন মানুহে গান
হ’ব প্ৰতিজন মানুহে গান
শুদ্ধ স্বৰৰ গান
অসহায় জনলৈ
মেলি দিব সহায়ৰ হাত
তাৰেই জ্যোতিস্মান
সেই হ’ব সমাজৰ ন-সুৰটান
সেই হ’ব অসমীৰ ন-সুৰটান
সেই হ’ব পৃথিৱীৰ ন-সুৰটান
গানৰ বুকুৰ পৰা জাগিব
সহশ্ৰু গান
গানৰ বুকুৰ পৰা জাগিব
সহশ্ৰু গান
গানৰ বুকুৰ পৰা জাগিব
সহশ্ৰু গান ।।

Download Link: Gaan Mathu Eti Xorir Lyrics By Amar Jyoti Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form