Gaan Noiye Dhui Jai Lyrics By Amar Jyoti Choudhury

Song: Gaan Noiye Dhui Jai (গান নৈয়ে ধুই যায়)

Singer: Amar Jyoti Choudhury

Gaan Noiye Dhui Jai Lyrics
Gaan Noiye Dhui Jai Lyrics

Gaan Noiye Dhui Jai Lyrics:–

গান নৈয়ে ধুই যায়
বোকা-বালি আঁতৰায়
অ’ গান জুইয়ে দহি যায়
ছাৰ্ খাৰ কৰি যায়
গানতে আছে দেখো
জোনাকী পৰুৱা
দিয়ে বাট পোহৰাই,
আই অসমীৰ মান দিয়ে উজলাই;
বিশ্বৰ সবাহ হ’লে
বাট মুকলায়।

আবেলি অকস্মাত
হয় উল্কাপাত,
গান জুইয়ে নুমাই গ’ল
অ’ বুকুবোৰ সুদা হ’ল
কলিজা শুকাই গ’ল
জাতি নিয়ম মানুহ হ’ল।

কোনে কানে কানে ক’লে
কাষত পৰাই আহ গানকে চাওঁ ।

সেয়া চোৱা জাকে জাকে
সেয়া চোৱা জাকে জাকে
লোৱৰি আহিছে
উলমি আহিছে
আৱাল দীপ্ত কণিকা
নাই দিন, নাই ৰাতি
লিচিৰি বুটলি
ঢাপলি মেলিছে মুগ্ধ অনুৰাগী শ্ৰুতাৰ
অভিনন্দন জনতা
অ’ অভিনন্দন
এই জাগৰণৰ বিশালতা
অভিনন্দন জনতা
অ’ অভিনন্দন
এই জাগৰণৰ বিশালতা ।

Download Link: Gaan Noiye Dhui Jai Lyrics By Amar Jyoti Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form