Gogoi Da Buli Matisa Lyrics By Simanta Shekhar

Song: Gogoi Da Buli Matisa (গগৈ দা বুলি মাতিছা)

Singer: Simanta Shekhar

Gogoi Da Buli Matisa Lyrics
Gogoi Da Buli Matisa Lyrics

Gogoi Da Buli Matisa Lyrics:—

গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত
বুলি চাগে ভাবিচা
গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত
বুলি চাগে ভাবিচা, ভাবিচা যদি ভাবিচা
নকওযে ময়ো মিছা কোম্পেনীৰে চাকৰি মোৰ
নাই বেছি টকা-পইছা
জানো জানো সকলো মই
জানিও কোৱা নাই
বুজো বুজো তোমাৰে মন
তুমিহে বুজা নাই
আজৈ গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা
ভাবি থাকো মই
যে নাপাও আহৰি
যাবা নেকি আনৰে হৈ
মোকে পাহৰি
তুমি যদি দিয়া মৰম
তোমাৰেই হৈ থাকিম
সচাঁ মৰম ভালপোৱা
তোমাকেই যাচিম’
আজৈ গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা
দিব জানো ঐ
মোৰে পদুম ঐ তোমাৰ ঘৰে মোৰ দৰে
দুখীয়া ল’ৰা লৈ নিদিলেও পলাই যাম
তোমাৰে কাষলৈ ৰৈ থাকিম আহিবা দেই
মোকে নিবলৈ অ…. কলিজাৰ তেজেৰে বৈ
যাব জাজি নৈ কৈ দিলো যদি তুমি মোক এৰি
যোৱাগৈ
আজৈ গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা মোৰ চাকৰি অইল ইণ্ডিয়াত
বুলি চাগে ভাবিচা
ভাবিচা যদি ভাবিচা
নকওযে ময়ো মিছা কোম্পেনীৰে চাকৰি মোৰ
নাই বেছি টকা-পইছা

গগৈ দা বুলি মাতিছা
মোৰ চকুত চাই হাঁহিছা

Download Link: Gogoi Da Buli Matisa Lyrics By Simanta Shekhar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form