Degar Mari Mori Jam Lyrics By Simanta Shekhar

Song: Degar Mari Mori Jam (দেগাৰ মাৰি মৰি যাম)

Singer: Simanta Shekhar

Degar Mari Mori Jam Lyrics
Degar Mari Mori Jam Lyrics

Degar Mari Mori Jam Lyrics:—


কপৌ চৰাই কলিজাত জান অ’ই।
বুকু ফাটি মৰি যাম জান অ’ই॥
যদিও তোক নাপাওঁ মই জান অ’ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ’ বনৰীয়া আনা অ’ই আ…


মাছে নো যায় উজায়ে জানা।


নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ’ই নাজানা।
গুলি মাৰি যাম
অ’ বনৰীয়া আ…
অ’… আ…॥


সপোনত ওঁ তোকে দেখো।


দিঠকতো মই তোকে দেখো॥
জান নে নাজান বুজ নে নোবোজ।
পদুম ফুলাদি ফুলিচ বুকুতে॥


কপৌ চৰাই কলিজাত জান অ’ই।


বুকু ফাটি মৰি যাম জান অ’ই॥
যদিও তোক নাপাওঁ মই জান অ’ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ’ বনৰীয়া আনা অ’ই আ…


মাজুলীৰে কনেং তই।


দিচাংমুখৰে ডেকাটি মই॥
বুজিওঁ নোবোজ দেখিওঁ নেদেখ।
পগলা হলো তোৰে মৰমতে॥


কু-কৰণী কলিজাত জান অ’ই


বুকু ফাটি মৰি যাম জান অ’ই॥
যদিও তোক নাপাওঁ মই জান অ’ই নাজানা।
দেগাৰ মাৰি মৰি যাম।
অ’ বনৰীয়া আনা অ’ই আ…


মাছে নো যায় উজায়ে জানা।


নাৱে নো যায় ভতিয়াই জানা॥
যদিও তোক নাপাওঁ মই জান অ’ই নাজানা।
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
নদী জাপে দি মৰি যাম
গুলি মাৰি যাম ।
দেগাৰ মাৰি মৰি যাম।
অ’ বনৰীয়া আনা অ’ই আ…

Download Link: Degar Mari Mori Jam Lyrics By Simanta Shekhar

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form