Koutipoti Hobole Mon Jai Lyrics By Babu Baruah

Song: Koutipoti Hobole Mon Jai (কৌটিপতি হ’বলৈ মন যায়)

Singer: Babu Baruah

Koutipoti Hobole Mon Jai Lyrics
Koutipoti Hobole Mon Jai Lyrics

Koutipoti Hobole Mon Jai Lyrics:–

কৌটিপতি হ’বলৈ মন যায়
জোনটি কিনিবলৈ
বৰ বিলাসী হ’বলৈ মন যায়
তোক আনিবলৈ ।

আমেৰিকা লণ্ডন পেৰিছ
যাম ঘূৰিবলৈ
কৌটিপতি হ’বলৈ মন যায়
জোনটি কিনিবলৈ
বৰ বিলাসী হ’বলৈ মন যায়
তোক আনিবলৈ ।

লাখে লাখে টকা লাগে
লাগে বাংলা মটৰ গাড়ী
থাকে যদি পকেট খালী
নচলে চোন প্ৰেমৰ গাড়ী ।

তু আগে মে তেৰে পিছে
প্ৰেমে হিয়া আগুৰিছে
তোকে পাবলৈ
কৌটিপতি হ’বলৈ মন যায়
জোনটি কিনিবলৈ
বৰ বিলাসী হ’বলৈ মন যায়
তোক আনিবলৈ ।

চিনেমা চাম থিয়েটাৰ চাম
কাষত বহি ভেল-পুৰি খাম
লাজে লাজে ওচৰ চাপি
মৰমেৰে তোকেহে চাম ।

তু ৰাণী মে তেৰা ৰাজা
ভাবিয়ে লাগিছে মজা
হ’বনে সঁচা?
কৌটিপতি হ’বলৈ মন যায়
জোনটি কিনিবলৈ
বৰ বিলাসী হ’বলৈ মন যায়
তোক আনিবলৈ ।।

Download Link: Koutipoti Hobole Mon Jai Lyrics By Babu Baruah

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form