Meghor Jolonga Lyrics By Pompi Gogoi

Song: Meghor Jolonga (মেঘৰ জলঙা)

Singer: Pompi Gogoi 

Meghor Jolonga Lyrics
Meghor Jolonga Lyrics

Meghor Jolonga Lyrics:—

মেঘৰ জলঙা পূৰ্ণিমাৰে চন্দ্ৰমা
জাৰত হাড়ত হাড়ে ঠৰঙা
আপঙ এচুঙা জ্বলি উঠে দুটি গা
জ্বলে মনৰ হাবি লঠঙা ।
গভীৰ বননিত সোমায় চিকাৰী
আঙুলিত খুপি খুপি খোপনি
কাড়ে হালি যায়, পৰে লুটি খাই
ঠেঙুলিত ঘ‌ৰ সজা পখী ।
আঁউসী …
চাপি নাহিবি
বাউসিত …
দেহ তোৰে নথবি
নাহিবি ঐ বোৱতি নৈ
নমতা কৈ আলহী হৈ ।
ৰাতিৰ চাপৰি তিয়াই নাযাবি
পুৱতিৰ হাল হ’ব ক্ষতি
শুকান জাৰণিত ঐ ইমান পুৰণি
অগনিত জাহ যাব শৰীৰ ।
মাটি …
পানী আৰু জুই
খেতি …
লানি লানি ৰুই
লুইতে হৈ আহিলোঁ বৈ
তাহানি ঐ থিতাপি লৈ
জাপিৰ চিনাকি ইমান পুৰণি
ধুলি বালি বতাহতে মিলি
এই ভূমিত ওপজি আমি প্ৰহৰী
এন্ধাৰৰ ভূত পিশাচ খেদি ।।

Download Link: Meghor Jolonga Lyrics By Pompi Gogoi

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form