Kuhipat Jen Kumol Lyrics By Anima Chakraborty

Song: Kuhipat Jen Kumol (কুঁহিপাত যেন কোমল)

Singer: Anima Chakraborty

Lyrics: Keshab Mahanta

Kuhipat Jen Kumol Lyrics
Kuhipat Jen Kumol Lyrics

Kuhipat Jen Kumol Lyrics:–

(কুঁহিপাত যেন কোমল কোমল অ’ তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ’…
ৰাংঢালী লাহী নে পাহী নে বাঁহী)←২
(থৰক বৰক খোজৰ ভৰত
নাচি হেন্দোল ডোল…
গিৰিপ গাৰাপ যাৱ কেনি তই
গপত গংগাটোপ…)←২


তোৰে মোৰে নাহে দেখোন ৰাহি…

তই বিড়ালী কোন বাঘৰে মাহী..
কুঁহিপাত যেন কোমল কোমল অ’ তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ’…
ৰাংঢালী লাহী নে পাহী নে বাঁহী
পদুমৰে পাত নহওঁ মই
খোপা লৰে চৰে,
বগলীৰে জাক নহওঁ মই
আকাশ জুৰি উৰে,
(মিচিক মাচাক হাঁহ তই
পদুম ফুলৰ কুঁহ (?)
চুচুক চামাক কৰ তই
কথাই প্ৰতি ৰূহ..)←২


তই মনৰ মাজত এনেই সোমালি…

নাম নাজানো নাম কোন কুল(?) বালিমাহী !
কুঁহিপাত যেন কোমল কোমল অ’ তোৰ
ফুলকলি যেন হাঁহি
কিনো নাম দিওঁ তোৰ অ’…
ৰাংঢালী লাহী নে পাহী নে বাঁহী
লাহী নে পাহী নে বাঁহী←৩ ৷৷

Download Link: Kuhipat Jen Kumol Lyrics By Anima Chakraborty

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form