Mur Dristit Tumi Dhora Porila Lyrics By Mohammad Rafi

Song: Mur Dristit Tumi Dhora Porila (মোৰ দৃষ্টিত তুমি ধৰা পৰিলা)

Singer: Mohammad Rafi

Mur Dristit Tumi Dhora Porila Lyrics
Mur Dristit Tumi Dhora Porila Lyrics 

Mur Dristit Tumi Dhora Porila Lyrics:—

মোৰ দৃষ্টিত তুমি ধৰা পৰিলা
আৰু দৃষ্টিৰে মনলৈ আহিলা
যদি এয়ে মৰম হয়
এই মৰম কিমান ভাল
এই মৰম কিমান ভাল …
মোৰ চিন্তা পখীক দিলা স্বপ্ন
আৰু ভাৱনাত কত ৰং সানিলা
এই মৰম কিমান ভাল
এই মৰম কিমান ভাল …
কত ফাগুণ পলকে জাগিলে
কত পাপীয়াই পিউ পিউ মাতিলে
কত ফাগুণ পলকে জাগিলে
কত পাপীয়াই পিউ পিউ মাতিলে..
বনহংস হৈ মন উৰিলে
কোন মানস সৰোবৰ পাৰৰে
কোন মানস সৰোবৰ পাৰৰে
মণি মুকুতাৰ সম্ভেদ আনিলা
এই মৰম কিমান ভাল
এই মৰম কিমান ভাল …
কত যুগৰ সঞ্চিত বেদনাই
কত যুগৰ সঞ্চিত বেদনাই
আজি দেখোঁ বিদাই মাগিলে
আজি দেখোঁ বিদাই মাগিলে
মোৰ অশ্ৰুসিক্ত দুটি নয়নত
আজি হাঁহি বিজুলিটি খেলিলে
মোৰ অশ্ৰুসিক্ত দুটি নয়নত
আজি হাঁহি বিজুলিটি খেলিলে ।
জীৱন পথৰ পঙ্কিলতাত!
কিনো আশাৰ পদুমপাহি ফুলালা !
কিনো আশাৰ পদুমপাহি ফুলালা
কিনো আশাৰ পদুমপাহি ফুলালা …
এই মৰম কিমান ভাল
এই মৰম কিমান ভাল …
মোৰ দৃষ্টিত তুমি ধৰা পৰিলে
আৰু দৃষ্টিৰে মনলৈ আহিলা
এই মৰম কিমান ভাল
এই মৰম কিমান ভাল … ।।

Download Link: Mur Dristit Tumi Dhora Porila Lyrics By Mohammad Rafi

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form