Xagorika Kinu Kola Lyrics By Ridip Dutta

Song: Xagorika Kinu Kola (সাগৰিকা কিনো ক’লা)

Singer: Ridip Dutta

Xagorika Kinu Kola Lyrics
Xagorika Kinu Kola Lyrics

Xagorika Kinu Kola Lyrics:—

সাগৰিকা কিনো ক’লা
মনে মনে কিনো দিলা
উচুপি আহি মৰমতে
কি মৰম সানি দিলা
সাগৰিকা …
যদি তুমি নিৰলে থাকি
সাচি ৰখা

হিয়াঁৰ অলেখ অযুত মৰম দিয়া ঢালি
যদি তুমি নিৰলে থাকি
সাচি ৰখা
হিয়াঁৰ অলেখ অযুত মৰম দিয়া ঢালি
মন মোৰ বিয়াকুল
ভাবি নেপাও কুল
তুমি নিৰৱ নিবিৰ নিশাতে নেমাতি গ’লা
সাগৰিকা কিনো ক’লা …

মেঘ ক’লা চুলি মেলি
যেন আহিলা
তুমি আউলী বাউলী মেঘৰ দৰে খেলি
মেঘ ক’লা চুলি মেলি
যেন আহিলা
তুমি আউলী বাউলী মেঘৰ দৰে খেলি
মন মোৰ কিযে হ’ল
দোমোজাত পৰি ৰ’ল
তুমি নেজানি নেভাবি নুবুজি কিযে যাচিলা
সাগৰিকা কিনো ক’লা …

Download Link: Xagorika Kinu Kola Lyrics By Ridip Dutta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form