Song: Xopunor Xore Mou (সপোনৰ সৰে মৌ)
Singer: Nirmal Prabha Bordoloi
![]() |
| Xopunor Xore Mou Lyrics |
Xopunor Xore Mou Lyrics:—
সপোনৰ সৰে মৌ জিৰ্ জিৰ্ কৈ
উন্মাদ মোৰ মন বিহগী বিহগী মায়া হৈ ।
মন যায় হওঁ আজি পলাশৰ ফুল
ৰ’দ ছায়াৰ দোলনাতে দি থাকিম দোল
অ’ এটি হাঁহি হৈ
বিৰিণাৰ আঁৰতে বনগীত এটি হওঁ
গাঁৱৰে পেপাঁৰে যেন মিঠা সুৰ লৈ ।
পলাতক এই ক্ষণ এটি ভুল দুটি ভুল লৈ
আজি নাই বন্ধন আমনি আমনি লগা কৈ
মন যায় হওঁ আজি পলাশৰ ফুল
ৰ’দ ছায়াৰ দোলনাতে দি থাকিম দোল
অ’ এটি হাঁহি হৈ
সপোনৰে সৰে মৌ জিৰ্ জিৰ্ কৈ ।।
Download Link: Xopunor Xore Mou Lyrics By Nirmal Prabha Bordoloi


