Mur Naam Aniruddho Lyrics By Nirmal Prabha Bordoloi

Song: Mur Naam Aniruddho (মোৰ নাম অনিৰুদ্ধ)

Singer: Nirmal Prabha Bordoloi

Mur Naam Aniruddho Lyrics
Mur Naam Aniruddho Lyrics

Mur Naam Aniruddho Lyrics:—

মোৰ নাম অনিৰুদ্ধ
এক অপৰূপ সৌন্দৰ্য স্বপ্নই
মোক কৰিছে মুগ্ধ ।

এক ৰমনীয় উৰাৰ পোহৰে
উন্মনা মোক কৰে
সীমাৰ পৰিধি সমাজৰ বিধি
ভাঙি চিঙি গতি লৰে
দুৰ্গম এই পথৰ শেষতে
আকাশ স্বৰ্ণদীপ্ত ।

প্ৰতি জনতাৰ প্ৰাণৰো প্ৰাণত
ময়েই লুকাই আছো
সময় চিত্ৰলেখাই মাতিলে
অৰূপ সাজেৰে সাজো
মোৰ দুৰ্বাৰ গতিক কোনোৱে
কৰিব নোৱাৰে ৰুদ্ধ ।

Download Link: Mur Naam Aniruddho Lyrics By Nirmal Prabha Bordoloi

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form