Aai Mor Sonar Axomor Lyrics By Bhupen Hazarika

Song: Aai Mor Sonar Axomor 

Singer: Bhupen Hazarika

Aai Mor Sonar Axomor Lyrics
Aai Mor Sonar Axomor Lyrics

Aai Mor Sonar Axomor Lyrics:–

পাৰ্বতী প্ৰসাদ বৰুৱাই জন্ম গ্ৰহন কৰিছিল
১৯০৪ চনত
শংকৰ মাধবৰ পূন্যভূমি সোণৰ অসমত


ৰ’দত চিকেমিকাই থকা সোণৰ কলচি
চিৰ জ্যোতিস্মান হৈ উথে তেঁওৰ
লিখনি আৰু সুৰত

আই মোৰ সোণৰে অসমত
আই মোৰ সোণৰে মন্দিৰ
আই মোৰ ৰ’দত চিকেমিকে কৰে
আই মোৰ সোণৰে কলচী
সৰগ ব’ৰষী
আই মোৰ জলমল জেউতী চৰে

আই মোৰ আইৰে চোতালত
আই মোৰ পাৰিজাত ফুলিলে
আই মোৰ গোন্ধে দশোদিশ সৰে
আই মোৰ আইৰে মজিয়াত
সুগন্ধি জ্বলালে
আই মোৰ চৌপাশ
আমোলমোল কৰে

আই মোৰ আইৰে থাপনাত
আই মোৰ কত পূজাৰিয়ে
আই মোৰ কতনো পূজা যোগালে
আই মোৰ শংকৰ পুৰুষে
কীৰ্তনে পঢ়িলে
আই মোৰ মাধৱে বৰগীত গালে

আই মোৰ আইৰে চৰণত
আই মোৰ ভকত চাপিচে
আই মোৰ চৰণ সেৱা কৰোঁ বুলি
আই মোৰ সোণপীঠ কামপীঠ
ৰতন পীঠ মিলিছে
আই মোৰ শিৰত লৈ চৰণৰ ধূলি

আই মোৰ নিচলা সেৱকৰ
হে আই মোৰ নিঃকিন পূজা ভাগ
আই মোৰ নিঘিনি লোৱাহে তুলি
আই মোৰ সেৱাৰ বঢ়া টুটা
ক্ষেমিবা আই মাতৃ
আই মোৰ দুখীয়া নিচলা বুলি
আই মোৰ দুখীয়া নিচলা বুলি
আই মোৰ দুখীয়া নিচলা বুলি

Download Link: Aai Mor Sonar Axomor Lyrics By Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form