Aji Meghor Madol Bajile Lyrics By Nilima Khatun

Song: Aji Meghor Madol Bajile (আজি মেঘৰ মাদল বাজিলে)

Singer: Nilima Khatun

Music: Ramen Barua

Lyrics: Satish Das

Aji Meghor Madol Bajile Lyrics
Aji Meghor Madol Bajile Lyrics

Aji Meghor Madol Bajile Lyrics:–

আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে…
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
আজি মেঘৰ মাদল বাজিলে…
মোৰ মনৰ ময়ুৰে নাচিলে…

কাজল নদীৰ কাজল পানীত
কত ঢৌৱে নাচে মেঘৰ হাঁহিত
কাজল নদীৰ কাজল পানীত
কত ঢৌৱে নাচে মেঘৰ হাঁহিত
নদীৰে পাৰৰে অ’ বিৰিণা হালিছে
উৰু উৰু আজি মোৰ কিয় লাগিছে
নদীৰে পাৰৰে বিৰিণা হালিছে
উৰু উৰু আজি মোৰ কিয় লাগিছে
নীলা আকাশৰে
নীলা নিজৰাতে
নীলা আকাশৰে
নীলা নিজৰাতে
বিজুলীৰে চমকনি নামিলে..!
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে…

উৰণীয়া মেঘৰ মায়া
দূৰণিৰে অচিন ছাঁয়া..
উৰণীয়া মেঘৰ মায়া
দূৰণিৰে অচিন ছাঁয়া..
চিনাকি চিনাকি
আজি মোৰ লাগিছে
সপোনৰ সুকোমল সুবাস উৰিছে
চিনাকি চিনাকি
অ’ আজি মোৰ লাগিছে
সপোনৰ সুকোমল সুবাস উৰিছে
আজি জীৱনৰে উকা পথাৰতে
আজি জীৱনৰে উকা পথাৰতে
কেঁচা দুবৰিয়ে হাঁহি মাৰিলে…!
আজি মেঘৰ মাদল বাজিলে…
মোৰ মনৰ ময়ুৰে নাচিলে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে…
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
বনে বনে বন পখিলাৰ
লাহী কোমল পাহি জিলিকে
আজি মেঘৰ মাদল বাজিলে
মোৰ মনৰ ময়ুৰে নাচিলে…!

Download Link: Aji Meghor Madol Bajile Lyrics By Nilima Khatun

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form