Barudor Kolaholote Lyrics | Sangeeta Borthakur

Song: Barudor Kolaholote (বাৰুদৰ কলাহলতে)

Singer: Sangeeta Borthakur

Lyrics/Tune: Syd Saddulla 

Barudor Kolaholote Lyrics
Barudor Kolaholote Lyrics

Barudor Kolaholote Lyrics:—

বাৰুদৰ কলাহলতে আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল
সিৰৰ সেন্দূৰ কত
অকালতে মচা গ’ল
অনাথ শিশু কত
উচপি ৰ’ল
সিৰৰ সেন্দূৰ কত
অকালতে মচা গ’ল
অনাথ শিশু কত
উচপি ৰ’ল
ৰোধে আজি কোনে কাক
শক্তি আছে এনে কাৰ?
ৰোধে আজি কোনে কাক
শক্তি আছে এনে কাৰ?
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল

মূল্যবোধৰ আজি
মূল্য নোহোৱা হ’ল
মানুহৰ চেতনা
ক’তেনো হেৰাই গ’ল? 
মূল্যবোধৰ আজি
মূল্য নোহোৱা হ’ল
মানুহৰ চেতনা
ক’তেনো হেৰাই গ’ল?
চৌদিশে শুনো মাথোঁ
অস্ত্ৰৰে ঝংকাৰ
চৌদিশে শুনো মাথোঁ
অস্ত্ৰৰে ঝংকাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
নিৰীহ মানুহৰ আৰ্তনা
মানুহে মানুহক কৰিবলে সংহাৰ
মাৰনাস্ত্ৰৰ আজি মেলিছে প্ৰহাৰ
স্বয়ংচালিত হাথিয়াৰ
স্বয়ংচালিত হাথিয়াৰ
বাৰুদৰ কলাহলতে
আজি মাৰ গ’ল
আজি মাৰ গ’ল

Download Link: Barudor Kolaholote Lyrics | Sangeeta Borthakur

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form