Nahorore Pate Pate Junak Lyrics | Sangita Borthakur

Song: Nahorore Pate Pate Junak (নাহৰৰে পাতে পাতে জোনাক)

Singer: Sangita Borthakur

Nahorore Pate Pate Junak Lyrics
Nahorore Pate Pate Junak Lyrics 



Nahorore Pate Pate Junak Lyrics:–

নাহৰৰে পাতে পাতে জোনাক
ফুৰিছিলোঁ হাতে হাতে ধৰি
নগৰৰে ভিৰৰে মাজত
আমি তাতে হ’লোঁ এৰা-এৰি
নাহৰৰে পাতে পাতে জোনাক
ফুৰিছিলোঁ হাতে হাতে ধৰি
নগৰৰে ভিৰৰে মাজত
আমি তাতে হ’লোঁ এৰা-এৰি

জোনাক…

জোনাকে সুধিছে জুমি জুমি
পালা নেকি ঠিকনা?
বতাহ…
বতাহে সুধিছে ঘূৰি ঘূৰি
হ’লা কিয় আনমনা?
সৌ সুদূৰত কিন্নৰ ৰূপত
সৌ সুদূৰত কিন্নৰ ৰূপত
আছে নেকি হৈ অশৰীৰী…?
নাহৰৰে পাতে পাতে জোনাক
ফুৰিছিলোঁ হাতে হাতে ধৰি
নগৰৰে ভিৰৰে মাজত
আমি তাতে হ’লোঁ এৰা-এৰি
নাহৰৰে পাতে পাতে জোনাক…


হৃদয়ে সুধিছে জ্বলি-পুৰি

কিয় কিয় সমলি…
নল’নানো কিয় বুটলি ?
পৰশে মৰমে মধূ শিহৰণ আদৰি…
পাইছোঁ মই আজিহে বিচাৰি
কিয় এই স্পন্দন?
কিয় এই ক্ৰন্দন?
কিয়নো জীৱন,
কিয়নো যৌৱন,
কিয়নো নোযোৱা পাহৰি…?
নাহৰৰে পাতে পাতে জোনাক
ফুৰিছিলোঁ হাতে হাতে ধৰি
নগৰৰে ভিৰৰে মাজত
আমি তাতে হ’লোঁ এৰা-এৰি
নাহৰৰে পাতে পাতে জোনাক…
সেয়ে আমি দুয়ো অশৰীৰী
নগৰৰে ভিৰৰে মাজত
হ’লোঁ আমি তাতে এৰা-এৰি
নগৰৰে ভিৰৰে মাজত
হ’লোঁ আমি তাতে এৰা-এৰি


Download Link: Nahorore Pate Pate Junak Lyrics | Sangita Borthakur

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form