Dur Duronire Pora Lyrics By Rumi Anjana Choudhury

Singer: Dur Duronire Pora (দূৰ দূৰণিৰে পৰা)

Singer: Rumi Anjana Choudhury 

Lyrics: Mrinal Kumar Choudhury

Dur Duronire Pora Lyrics
Dur Duronire Pora Lyrics

Dur Duronire Pora Lyrics:–

(দূৰ দূৰণিৰে পৰা
মোক ৰিঙিয়াই মাতে
(মোক ৰিঙিয়াই মাতে)
গাঁৱলীয়া আলিবাটে
হাত বাউলী…
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?) ×২
    
(ৰ’দে ধোৱা ধাননিডৰা নে
তাহানিৰ পঢ়াশালি) ×২
নৈৰে পাৰৰ মুকুলিবতাহ নে
বুকুল তলৰ ধূলি?
(আছেনে বাৰু তাতেই ক’ৰবাত) ×২
হেৰাই যোৱা ল’ৰালি
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?

(উভতি আহিছোঁ আকৌ এবাৰ
এৰি অহা দিন বিচাৰি) ×২
আইৰ মৰম দেউতাৰ খং
সমনীয়াৰে ধেমালি
(কিজানি আছে তাতেই ক’ৰবাত) ×২
শৈশৱ মোৰ ওমলি
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?

দূৰ দূৰণিৰে পৰা
মোক ৰিঙিয়াই মাতে
(মোক ৰিঙিয়াই মাতে)
গাঁৱলীয়া আলিবাটে
হাত বাউলী…
ক’ত হেৰাল সেই সোণোৱালী দিন
নাই তাৰ আজি চিন
বাটৰ ধূলিত নে আইৰ পদূলিত
ক’ত সেই সোণালী সৌ দিন?

Download Link: Dur Duronire Pora Lyrics By Rumi Anjana Choudhury

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form