Jajabori Priya Mur Lyrics By Dikhsu Sharma

Song: Jajabori Priya Mur (যাযাবৰী প্ৰিয়া মোৰ)

Singer: Dikhsu Sharma

Lyrics: Ajoy Phukan

Music: Ajoy Phukan

Jajabori Priya Mur Lyrics 

Jajabori Priya Mur Lyrics:– 

যাযাবৰী প্ৰিয়া মোৰ (যাযাবৰী প্ৰিয়া মোৰ…)
বুকুতে ৰোৱানা (বুকুতে ৰোৱানা…)


যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা


প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছাঁয়া
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম…
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম…
You are not alone
You are not alone…
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…

প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ

প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ

অ’…অ’…অ’…

প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ
জীৱনতো ৰ’ম মৰণতো ৰ’ম
উজাৰি দিলোঁ জীৱন
তোমাৰে হ’ম কাষতে ৰ’ম
জনমে জনম…
You are not alone
You are not alone…
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…

জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে


জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে…


(You are not alone…


You are not alone…)


অ’…অ’…অ’…


জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে…
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম…
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম…
You are not alone
You are not alone…
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া…৷

Download Link: Jajabori Priya Mur Lyrics By Dikhsu Sharma

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form