Etiya Junake Lyrics By Zubeen Garg & Mahalakshmi Iyer

Song: Etiya Junake (এতিয়া জোনাকে)

Album: Xobdo

Music: Zubeen Garg

Singer: Zubeen Garg & Mahalakshmi Iyer

Etiya Junake Lyrics
Etiya Junake Lyrics

Etiya Junake Lyrics:—

এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই
[উশাহে-নিশাহে মৰমৰে কণা
থৌকি-বাথৌ হিয়া
বাহিৰে ভিতৰে উমি উমি জ্বলে
কামনাৰে ভৰা তৃষা
(মেঘে মেঘে যেন উতলা যৌৱন) ×২
বেদনা দূৰ আজি
দুচকু জোনাকী ভৰা] ×২

এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই
[আকাশে আকাশে জীৱনৰে ৰং
আজি দেখো হিয়া নাচে
ফুলে পাতে শুনো সপোনৰে সুৰ
জোনাকো দুকাষে নামে
(এই মধু ক্ষণ নভৰে যেন মন) ×২
চোৱা মোৰ দুচকুৰে
নিজকে বিচাৰি পাবা] ×২
এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই

Download Link: Etiya Junake Lyrics By Zubeen Garg & Mahalakshmi Iyer

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form