Gaan Diya Kobita Diya Lyrics By Zubeen Garg

Song: Gaan Diya Kobita Diya (গান দিয়া কবিতা দিয়া)

Singer: Zubeen Garg

Gaan Diya Kobita Diya Lyrics
Gaan Diya Kobita Diya Lyrics

Gaan Diya Kobita Diya Lyrics:—

গান দিয়া কবিতা দিয়া
শব্দ দিয়া মৌনতা দিয়া
সি লোৱাএন্ধাৰত এচৰু পোহৰ দিয়া

অমানিশাৰ মাজত জোনাক সিঁচি (হ’ব) দিয়া
মৰুভূৰ মাজত বকুলৰ সুবাস দিয়া
সাগৰৰে মাজত পদুম হ’ব দিয়া ।

মোক পাহৰি তুমি হ’ব দিয়া
বাট পাহৰি খোজ কাঢ়িব দিয়া
প্ৰতিটো খোজতে উজুটি খাব দিয়া
অথাই সাগৰত পৰিব দিয়া
আকলোৱা শীতৰ উমাল মৰম দিয়া
গ্ৰীষ্মৰ কঠোৰ আৱেগৰ চুম্বন হ’ব দিয়া ।

মুখত হাঁহি দিলা, চুকত অশ্ৰু দিলা
এতিয়া হৃদয়ত তোমাৰেই উশাহ
খিৰিকী মেলিলেই, পদূলিলে চালেই
নিথৰ হৈ বহি ৰয় তোমাৰেই আকাশ
দেশৰ বাবে আকৌ এবাৰ আদেশ দিয়া
চেনীমৰা বাগিচাৰ চিঠিৰ খবৰ দিয়া
ঢলি পৰা সুৰুজক পুনৰ জগাই দিয়া
কবিতাৰ পৃথিৱীত উন্মাদ হ’ব দিয়া
মানুহৰ পৃথিৱীত শইচৰ পথাৰ দিয়া
সুগন্ধি পখিলাৰ ৰঙবোৰ সিঁচি দিয়া ।।

Download Link: Gaan Diya Kobita Diya Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form