Koneng Oi Lyrics By Zubeen Garg

Song: Koneng Oi (কনেং ঐ)

Singer: Zubeen Garg

Koneng Oi Lyrics
Koneng Oi Lyrics

Koneng Oi Lyrics:–

কনেং ঐ ঐ কনেং ঐ×(২)
দিখৌ নদীৰ পাৰতে নল বিৰিণা হালে
ফাগুণী মলয়াৰ বুকুতে যৌৱন পলাশী ৰঙেৰে


কনেং অ অ অ কনেং অ×(২)


উৰনীয়া মনে যে পৰিধি নামানে
মায়াবী ভাবনাতে অজানিতেহে দোলে
ঐয়া ঐ ঐ ঐয়া ঐ
কনেং অ অ অ কনেং অ

ফাগুনত আহিবা লিগাং চাবলৈ বুকুৰে মৰমবোৰ যাচিবলৈ
চকু চাতেমাৰি ধৰে দুপৰীয়া বেলি জোৰিলে
মৰমৰ বাসও বাঢ়িলে কাৰোৰে বাধা নামানে
কনেং অ অ অ কনেং অ×(২)

যাযাবৰী সপোনে উলাহেৰে বিৰিঙে
দুটি দেহাৰ মিলনতে যৌৱন জিলিকে হেলাৰঙে
ঐয়া ঐ ঐ ঐয়া ঐ
কনেং অ অ অ কনেং অ×(৪)

Download Link: Koneng Oi Lyrics By Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form