Geet Gabole Kio Mon Lyrics By Zubeen Garg

Song: Geet Gabole Kio Mon (গীত গাবলে কিয় মন)

Singer: Zubeen Garg

Geet Gabole Kio Mon Lyrics
Geet Gabole Kio Mon Lyrics

Geet Gabole Kio Mon Lyrics:—


গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা
গীত গাবলে কিয় মন যায়


আজি সুৰৰে সন্ধ্যা


গীত আছে কন্ঠ নাই
গীত আছে কন্ঠ নাই
সুৰৰ জননী বন্ধ্যা
গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা


জীৱনৰ প্ৰভাতি বেলাত


সুৰেৰে খেলিলো খেলা
জীৱনৰ প্ৰভাতি বেলাত
সুৰেৰে খেলিলো খেলা


সুৰ হেৰাল দুৰদুৰনিতে


সুৰ হেৰাল দুৰদুৰনিতে
হেৰালে সৰগী সুধা
গীত গাবলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা


জীৱনৰ দুপৰ বেলা


সুৰেৰে উৰালো চিলা
অ’ জীৱনৰ দুপৰ বেলা
সুৰেৰে উৰালো চিলা


ৰং হেৰাল নীল আকাশৰে


ৰং হেৰাল নীল আকাশৰে
নামিছে হেঙুলী সন্ধ্যা


গীত গাৱলে কিয় মন যায়


আজি সুৰৰে সন্ধ্যা
গীত গাৱলে কিয় মন যায়
আজি সুৰৰে সন্ধ্যা ।

Download Link: Geet Gabole Kio Mon Lyrics By Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form