Jonaki O Jonaki Lyrics | Bhupen Hazarika

Song: Jonaki O Jonaki (জোনাকী . অ’ জোনাকী)

Singer: Bhupen Hazarika

Jonaki O Jonaki Lyrics
Jonaki O Jonaki Lyrics

Jonaki O Jonaki Lyrics:—

জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
আকাশৰ তৰা জানো তোৰ চিনাকি
আকাশৰ তৰা জানো তোৰ চিনাকি
অ’. জোনাকী অ’. জোনাকী
জোনাকী . অ’. জোনাকী
জোনাকী . অ’. জোনাকী

সৰগৰ বচাঁ ফুল
চাই তই
গ’লি ভোল. গ’লি ভোল
গ’লি . ভোল

সৰগৰ বচাঁ ফুল
চাই তই
গ’লি ভোল.
গ’লি ভোল
গ’লি. ভোল

সেয়েহে নিতৌ জানো
জ্বল তই তৰা জোন আঁকি
(অ’) সেয়েহে নিতৌ জানো
জ্বল তই তৰা জোন আঁকি
জোনাকী অ’ জোনাকী
জোনাকী . অ’ জোনাকী

পদূলিত …পদূলিত
পদূলিত… পদূলিত
ফুলনিৰ আঁৰে আঁৰে নাচ গধূলি
ফুলনিৰ আঁৰে আঁৰে নাচ গধূলি
কোন শিপিনীৰ ঘাই
আকাশত হেৰা পাই
হেৰা পাই
হেৰা পাই
কোন শিপিনীৰ ঘাই
আকাশত হেৰা পাই
হেৰা পাই
হেৰা পাই

আন্ধাৰৰ আঁচলত তোল তই
তৰা চানেকী

আন্ধাৰৰ আঁচলত তোল তই
তৰা চানেকী

জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
আকাশৰ তৰা জানো তোৰ চিনাকি
আকাশৰ তৰা জানো তোৰ চিনাকি
অ’ জোনাকী
অ’ জোনাকী

জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী
জোনাকী . অ’ জোনাকী

Download Link: Jonaki O Jonaki Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form