Nibir Bone Je Lyrics | Jayanta Hazarika

Song: Nibir Bone Je (নিবিড় বনে যে)

Singer: Jayanta Hazarika

Nibir Bone Je Lyrics
Nibir Bone Je Lyrics

Nibir Bone Je Lyrics:—

নিবিড় বনে যে মাতিছে যা
যা যা দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা
সোনৰে সজাটি এৰি থৈ যা
যা নীলিম আকাশলৈ
সোনালী ৰদে যে মাতিছে যা
জোনৰে জোনাকী মাতিছে যা
যা পখী দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা

শ্যামল শোভাই সানিব ৰং
অৱসাদে কৰে ধূসৰ মন
মৰুত হেৰুৱা জীৱন নদীত
বনৰ জুৰিয়ে দিবহি গতি
জীৱন মায়াৰে, প্ৰাণৰ সুৰভি…
বনতে বিচাৰি, কঠিন শিকলি
চিঙি দি যা…

দূৰৰ পাহাৰে দিব যে পণ
ভিৰূতাৰে কিয় ভাঙিবি মন?
দূৰৰ পাহাৰে দিব যে পণ
ভিৰূতাৰে কিয় ভাঙিবি মন?
জীৱন মায়াৰে, প্ৰাণৰ সুৰভি…
মহুৱা বনতে, আকাশে বতাহে বিচাৰি যা

নিবিড় বনে যে মাতিছে যা
যা যা দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা ।

Download Link: Nibir Bone Je Lyrics | Jayanta Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form