Junake Kane Kane Lyrics | Zubeen Garg

Song: Junake Kane Kane (জোনাকে কানে কানে)

Singer: Zubeen Garg

Junake Kane Kane Lyrics
Junake Kane Kane Lyrics

Junake Kane Kane Lyrics:—

জোনাকে কানে কানে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
নীৰৱে জ্বলি থকা তৰাবোৰে
বাৰে বাৰে কব খোজে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ
ফুলৰ পাহে পাহে
মেঘৰ আৰে আৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নীৰৱে

ফুলৰ পাহে পাহে
মেঘৰ আৰে আৰে
তুমি আছা প্ৰীতি হৈ
মোৰ বাবেই নীৰৱে

প্ৰীতিজুৰি আছা তুমি বিয়পি
বুকুজুৰি আছে মাথোঁ মোৰ দুখ নোপোৱাৰ
জোনাকে কানে কানে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ
তুমি অহাৰ পৰশ
ফুলে হিয়াৰ পাহি
মৰমৰ সাগৰত
তুমি থকা উমলি

তুমি অহাৰ পৰশ
ফুলে হিয়াৰ পাহি
মৰমৰ সাগৰত
তুমি থকা উমলি

প্ৰীতিজুৰি আছা তুমি বিয়পি
বুকুজুৰি আছে মাথোঁ মোৰ দুখ নোপোৱাৰ
জোনাকে কানে কানে আহি ক’লে
নিবিড় অবুজ ভাষাৰে
তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ

Download Link: Junake Kane Kane Lyrics | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form