Kor Ejak Xopun Jen Boroxun Lyrics By Anindita Paul

Song: Kor Ejak Xopun Jen Boroxun (ক’ৰ এজাক সপোন যেন বৰষুণ)

Film: Dinabandhu

Singer: Anindita Paul

Lyrics: Dr. Bhabendra Nath Saikia

Musician: Zubeen Garg

Kor Ejak Xopun Jen Boroxun Lyrics
Kor Ejak Xopun Jen Boroxun Lyrics

Kor Ejak Xopun Jen Boroxun Lyrics:—

ক’ৰ এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
কোমল মাটিৰ গান
গুণ গুণ গুণ
কোমল মাটিৰ গান
গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ…

শুই থকা বননিক দিলেহি জগাই
সাৰ পালে সেয়ে আজি
সেউজী শোভাই
শুই থকা বননিক দিলেহি জগাই
সাৰ পালে সেয়ে আজি
সেউজী শোভাই
কঁপি উঠে ক’ৰবাত অচিন নূপুৰ
ৰুণ জুণ ৰুণ জুণ ৰুণ জুণ
ক’ৰ এজাক সপোন যেন বৰষুণ…৷

সাৰ পালে অলেখ অলেখ
অলেখ চৰায়ে
ক’ত আছে দেখায়ে নেপাওঁ
অৰণ্য জুৰি
সাৰ পালে অলেখ অলেখ
অলেখ চৰায়ে
ক’ত আছে দেখায়ে নেপাওঁ
অৰণ্য জুৰি
শুনো মাথোঁ আধা ফুটা গান
গুণ গুণ গুণ গুণ গুণ গুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
কোমল মাটিৰ গান
গুণ গুণ গুণ
কোমল মাটিৰ গান
গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ…

Download Link: Kor Ejak Xopun Jen Boroxun Lyrics By Anindita Paul

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form