Krishnachura Tumar Pranor Lyrics | Jayanta Hazarika

Song: Krishnachura Tumar Pranor (কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ)

Singer: Jayanta Hazarika

Krishnachura Tumar Pranor Lyrics
Krishnachura Tumar Pranor Lyrics


Krishnachura Tumar Pranor Lyrics:—

কৃষ্ণচূড়া, কৃষ্ণচূড়া
কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ
ৰঙেৰে মোৰ জীৱন
এবাৰ ৰঙাই তোলা

মোৰ জীৱনৰ বকুল বনৰ
ফুল সৰি সৰি গ’ল
মোৰ যে মনৰ শিমলু তুলা
উৰি উৰি নুৰা হ’ল

কেতেকী তোমাৰ বিননি
আৰু নুশুনাবা
এজাৰ তোমাৰ ব্যথাৰে জীৱন
নোবোলাবা

নিদাঘৰ দাহে শুকালে যি
নৈৰ ধাৰা
বৰষা তোমাৰ দানেৰে
আকো উপচাই দিয়া
কোনোবা খিনিত কি যে হেৰুৱালো
সি কথা মনত নেপেলাবা

Download Link: Krishnachura Tumar Pranor Lyrics | Jayanta Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form