Logori Tumi Mor Hobane Lyrics By Sonu Nigam

Song: Logori Tumi Mor Hobane (লগৰী তুমি মোৰ হ’বানে)

Singer: Sonu Nigam

Album: Jaan 

Music: Abhijit Barman 

Lyrics: Vijay Bhuiya, Mrinal Kanti, Palash Gogoi 

Logori Tumi Mor Hobane Lyrics
Logori Tumi Mor Hobane Lyrics

Logori Tumi Mor Hobane Lyrics:–

লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?
হৰিণী হৰিণী তোমাৰ চকুযুৰি
দেখি হ’লোঁ বলীয়া
অ’ জানা মোৰে প্ৰিয়া
পিচলি পিচলি তোমাতে মাজনী
পৰিছে মোৰে হিয়া

অই
হৰিণী হৰিণী তোমাৰ চকুযুৰি
দেখি হ’লোঁ বলীয়া
অ’ জানা মোৰে প্ৰিয়া
পিচলি পিচলি তোমাতে মাজনী
পৰিছে মোৰে হিয়া
অ’ কাটিয়া গজা দি
কোমলকৈ গজিছে
লহপহীয়া পিৰীতি
অই
হৰিছে ঘুমটি
তোমাৰ ভাৱনাতেই
ক’বানে কি কৰোঁ আজি ?
অ’ বিৰিণা কঁপাদি কঁপিছে
ভিতৰি হিয়াখনি
কিনো শৰ মাৰিলা তুমি মৰমী ?
কিনো শৰ মাৰিলা তুমি মৰমী ?

লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
লগৰী তুমি মোৰ হ’বানে ?
লাজুকী লাজুকী তোমাৰ অই মুখনি
যেন ফুলৰ জোপোহী
আই অই মোৰে দেহী
ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি
তোমাক জানা ৰূপহী

হায় !
লাজুকী লাজুকী তোমাৰ অই মুখনি
যেন ফুলৰ জোপোহী
আই অই মোৰে দেহী
ঠমকি ঠমকি চাওঁ ঘুৰি ঘুৰি
তোমাক জানা ৰূপহী

অ’
দৰু দৰু দৰু
মন উৰু উৰু
দুহাতে দুপাখি মেলি
অ’ অ’ অ’ …
মৰু মৰু মৰু
মৰমতে মৰু
লাগে তোমাৰ কথা ভাবি
অ’ বিৰিণা কঁপাদি কঁপিছে
ভিতৰি হিয়াখনি
কিনো শৰ মাৰিলা তুমি মৰমী ?
কিনো শৰ মাৰিলা তুমি মৰমী ?
লগৰী তুমি মোৰ হ’বানে ?
সঁহাৰি তুমি মোক দিবানে ?
হাঁহিটি মাৰি বাৰু মোক চাবানে ?
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে
ভালপাওঁ তোমাকে দেহে-মনে

Download Link: Logori Tumi Mor Hobane Lyrics By Sonu Nigam

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form