Tumi Kar Kobitare Kolpona Lyrics By Jagjit Singh

Song: Tumi Kar Kobitare Kolpona (তুমি কাৰ কবিতাৰে কল্পনা)

Singer: Jagjit Singh

Tumi Kar Kobitare Kolpona Lyrics
Tumi Kar Kobitare Kolpona Lyrics 

Tumi Kar Kobitare Kolpona Lyrics:–

[তুমি কাৰ কবিতাৰে কল্পনা] x২
[নানা ৰং সানি অঁকা অাল্পনা] x২
[তুমি সুৰ তুলি সুধাকণ্ঠেৰে] x২
[কিয় মূঢ় কৰা মোৰ উন্মনা] x২
তুমি কাৰ কবিতাৰে কল্পনা

[তুমি যেন কলা গতিহীন নদী
গ’লাগৈ প্ৰেমত তাৰ কন্দনত] x২
[তুমি তালে তালে উঠা গুঞ্জাৰি] x২
[জয় চন্দিতা এটি ভঙ্গিমা] x২
তুমি কাৰ কবিতাৰে কল্পনা

[তুমি কাৰ চিতাৰৰে গুঞ্জনত
জয়‍তম্ প্ৰিতম্ এটি উচ্চালাম্] x২
[তুমি মোৰ জীৱনৰে অংগীমা] x২
[নিতে গীত গোৱা এটি চন্দনা] x২
তুমি কাৰ কবিতাৰে কল্পনা

Download Link: Tumi Kar Kobitare Kolpona Lyrics By Jagjit Singh

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form