Nababarsha (নৱবৰ্ষ) Poem By Kuladhar Rabha

Poem: Nababarsha (নৱবৰ্ষ)

Poet: Kuldhar_Rabha

Nababarsha (নৱবৰ্ষ) Poem
Nababarsha (নৱবৰ্ষ) Poem

Nababarsha (নৱবৰ্ষ) Poem:–



(১)

অশান্ত মনৰ অশান্ত ক্ষণ

জাগি উঠা জাগৰণ

এন্ধাৰ ফালি সূৰুযৰ কিৰণ

সৃষ্টি কৰা মহাৰণ

(২)

অতীতৰ ইতিহাস পৃষ্ঠাৰ ভাঁজেৰে

চালেই যে একো নহয়

আঁকিব লাগিব তেজৰ তূলিকাৰে

আকৌ নতুন প্ৰণয়…!

(৩)

মৃত্যুভাগী এই জীৱন চাকি

কৰিব লাগিব সূচিৰে শ্ৰম

বিলাই দিয়া প্ৰগতিৰ চাকি

জ্বলাই কৰোঁ স্বাগতম ৷ 

Download Link: Nababarsha (নৱবৰ্ষ) Poem By Kuladhar Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form