Pitri Griho Tyagi Lyrics | Bhupen Hazarika

Song: Pitri Griho Tyagi (পিতৃ গৃহ ত্যাগি)

Singer: Bhupen Hazarika

Pitri Griho Tyagi Lyrics
Pitri Griho Tyagi Lyrics

Pitri Griho Tyagi Lyrics:—

পিতৃ গৃহ ত্যাগি আই মোৰ
পতি গৃহে যায়
দুই পাৱ চলে যদি
এক পিছুৱায়।


মৃগ শিশুটিয়ে আই
তোক এৰি নিদিয়ে
পিতৃ আৰু সখীদ্বয়ে
কোন সতে এৰে?


ঐশ্বৰ্যৰ সাগৰ পাব নৃপতিৰ ঘৰে
তথাপি কি সতে আজি মালিনী নৈ এৰে?
ময়ুৰপংখী নাও তই
কন্যাক কʼলৈ কাঢ়ি নিয়?
পত্ৰবিহীন বৃক্ষক কিয়
সঁহাৰি নিদিয়।
দিগন্ত ঢাকিলে অন্ত হিন্দুৰ সত্তাই
তপোবনৰ গীতিকাৰেও প্ৰকাশ হেৰুৱায়।।

Download Link: Pitri Griho Tyagi Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form